আমাৰ ঐতিহ্য / Our Heritage
Serving Batadrava Since 1998

তিনিটা দশকৰ শৈক্ষিক যাত্ৰা
Established in 1998, Shankardev Shishu Niketan, Batadrava has grown into a trusted centre of value-based education for nearly three decades. Situated on the peaceful banks of the Santijan River, the school provides an ideal environment for academic, moral, and cultural development. The school offers classes from Ankur and Mukul up to Class 1 to Class 10, along with dedicated computer education facilities to enhance students’ technological skills. With a strong emphasis on discipline, values, and holistic growth, the school combines traditional principles with modern teaching methodologies. Our dedicated faculty, structured curriculum, and student-centric activities aim to nurture responsible, capable, and socially conscious individuals.
১৯৯৮ চনত প্ৰতিষ্ঠিত, শংকৰদেৱ শিশু নিকেতন, বটদ্ৰৱা বিগত প্ৰায় তিনি দশক ধৰি মূল্যভিত্তিক শিক্ষাৰ এটা বিশ্বস্ত কেন্দ্ৰ হিচাপে বিকশিত হৈ আহিছে। শান্তিজান নদীৰ কূলে অৱস্থিত বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষণিক, নৈতিক আৰু সাংস্কৃতিকভাৱে বিকাশ পাবলৈ এটা শান্তিপূর্ণ পৰিবেশ প্ৰদান কৰে। আমাৰ বিদ্যালয়ত অংকুৰ, মুকুল, আৰু ১ ৰ পৰা ১০ শ্ৰেণীলৈকে শিক্ষা ব্যৱস্থা উপলব্ধ। লগতে শিক্ষার্থীৰ প্ৰযুক্তিগত দক্ষতা বিকাশৰ বাবে কম্পিউটাৰ শিক্ষাৰো সুযোগ প্ৰদান কৰা হয়। শৃঙ্খলা, নৈতিকতা আৰু সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি, এই বিদ্যালয়ত পৰম্পৰাগত মূল্যবোধক আধুনিক শিক্ষণ-পদ্ধতিসহ একত্ৰিত কৰি শিক্ষা প্ৰদান কৰা হয়। উৎসাহী শিক্ষক-শিক্ষয়িত্ৰী, সুশৃঙ্খল পাঠ্যক্রম আৰু শিক্ষার্থী-কেন্দ্ৰিক কার্যকলাপসমূহে স্বয়ংসম্পূর্ণ, দায়িত্বশীল আৰু সমাজোপযোগী নাগৰিক গঢ়ি তোলাক লক্ষ্য কৰে।
From the Desk of
Sri Sunamoni Kalita
Principal
Discipline
Upholding the strict disciplinary standards of Vidya Bharati.
Culture
Rooting students in the rich heritage of Srimanta Sankardev.
Excellence
Consistently achieving 100% pass rates in HSLC examinations.